দৈনিক অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
১। বিশ্বৰ সৰ্ববৃহৎ মহাদেশ - এছিয়া (বিশ্বৰ ৩০% এলেকা)

২। বিশ্বৰ আটাইতকৈ সৰু মহাদেশ - অষ্ট্ৰেলিয়া

৩। বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ - প্ৰশান্ত মহাসাগৰ

৪। বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ - আৰ্কটিক মহাসাগৰ

৬। বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ - প্ৰশান্ত মহাসাগৰ

৮। বিশ্বৰ সৰ্ববৃহৎ সাগৰ - দক্ষিণ চীন সাগৰ

৯। বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ - মেক্সিকো উপসাগৰ

১০। বিশ্বৰ সৰ্ববৃহৎ দ্বীপ - গ্ৰীণলেণ্ড

১১। বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ - ইণ্ডোনেছিয়া

১২। বিশ্বৰ আটাইতকৈ দীঘল নদী - নীল নদী দৈৰ্ঘ ৬৬৫০ কিমি

১৩। বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন নদী - আমাজন নদী

১৪। বিশ্বৰ সৰ্ববৃহৎ উপনদী - মাদেইৰা (আমাজনৰ)

১৫। বিশ্বৰ ব্যস্ততম বাণিজ্য নদী - ৰাইন নদী

১৬। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ - মাজুলী, ভাৰত

১৭। বিশ্বৰ সৰ্ববৃহৎ দেশ - ৰাছিয়া

১৮। বিশ্বৰ আটাইতকৈ সৰু দেশ - ভেটিকান চিটি (44 হেক্টৰ)

১৯। বিশ্বৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা দেশ - ভাৰত

২০। বিশ্বৰ আটাইতকৈ দীঘল সীমান্ত ৰেখা থকা দেশ - কানাডা

২১। বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশ - চীন (13 খন দেশ)

২২। বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি - চাহাৰা (আফ্ৰিকা)

২৩। এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি - গোবি মৰুভূমি

২৪। বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ - মাউণ্ট এভাৰেষ্ট (৮৮৪৮ মিটাৰ)

২৫। বিশ্বৰ আটাইতকৈ দীঘল পৰিসৰ - এণ্ডিজ (দক্ষিণ আমেৰিকা)

২৬। বিশ্বৰ আটাইতকৈ গৰম অঞ্চল - আলজেৰিয়া (লিবিয়া)

২৭। বিশ্বৰ আটাইতকৈ শীতল স্থান - ভষ্টক এণ্টাৰ্কটিকা

২৮। বিশ্বৰ সৰ্ববৃহৎ নিমখ পানী হ্ৰদ - কাস্পিয়ান সাগৰ

২৯। বিশ্বৰ সৰ্ববৃহৎ সতেজ পানী হ্ৰদ - চুপিৰিয়ৰ হ্ৰদ

৩০। বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ - বৈকাল হ্ৰদ

৩১। বিশ্বৰ সৰ্বোচ্চ হ্ৰদ - তিতিকা

৩২ বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম হ্ৰদ - ভল্গা হ্ৰদ

৩৩। বিশ্বৰ সৰ্ববৃহৎ ডেল্টা - সুন্দৰবন ডেল্টা

৩৪। বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য - মহাভাৰত

৩৫। বিশ্বৰ সৰ্ববৃহৎ সংগ্ৰহালয় - আমেৰিকান প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়

৩৬। বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা - ক্ৰুজাৰ ৰাষ্ট্ৰীয় উদ্যান (দক্ষিণ আফ্ৰিকা)

৩৭। বিশ্বৰ আটাইতকৈ ডাঙৰ চৰাই - অষ্ট্ৰিয়ান (উটপাখি)

৩৮। পৃথিৱীৰ আটাইতকৈ সৰু চৰাই - হামিং বাৰ্ড

৩৯। বিশ্বৰ সৰ্ববৃহৎ স্তন্যপায়ী - নীলা তিমি

৪০। বিশ্বৰ সৰ্ববৃহৎ মন্দিৰ - আনকোৰৱাট মন্দিৰ

৪১। বিশ্বৰ আটাইতকৈ ওখ টাৱাৰ - কুতুব মিনাৰ

৪২। বিশ্বৰ সৰ্ববৃহৎ ক্লক টাৱাৰ - মস্কোৰ মহান ঘণ্টা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)