কথা কং আং-বাং
কাম কৰিবাৰ দিলে নাপাং
মানশি কয় আলাং-ফালাং।
ঘুৰি বেৰাং ফুং-ফাং
মন মোৰ উৰাং-পাৰাং
কতো যে কৰং ফেচাং!
চাইকেলত উঠি কিৰিং কিৰিং বেল বাজে স্কুলত যাং
স্কুল থাকি আশি হাত-মুখ নাধুইয়া ভাত খাং
বিকাল বেলা ক্ৰিকেট-ফুটবল খেলাং।
ছাগলেৰ পেট নাভৰিলে বেলেগেৰ বিধান খোয়াং
বাংটু দাদাৰ গাছেৰ কাছা-মিঠা আম ঢেলাং
এমন কৰি মানশিক জোলাং।
শব্দ অৰ্থঃ
নঙ্গৰ- দুষ্ট ল'ৰা; আং-বাং- ওলট-পালট; আলাং-ফালাং- ধৰণ-কৰণ ঠিক নহয়; ফুং-ফাং- অত-তত; উৰাং-পাৰাং- অস্থিৰ; ফেঁচাং- লোকক বিৰক্ত কৰা; যাং- যাও; খোয়াং- খুৱাও, বিকাল বেলা- আবেলি সময়; দাদা- আতা; এমন- এনেকুৱা; মানশি- মানুহ
বাহাৰুল নহয়। সাহিজুল ইছলাম।
ReplyDelete