অসমীয়া দৈনিক সাধাৰণ জ্ঞান

Rinku Rajowar
0
প্ৰশ্ন : ১) প্ৰেছাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ ডেনিছ পেপিন (ফ্ৰান্স)।

প্ৰশ্ন : ২) জুইশলা (আধুনিক) কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ জন ৱাকাৰ (ইংলেণ্ড)।

প্ৰশ্ন : ৩) ৰেডিঅ’কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ গুগ্লিয়েল্মো মাৰ্কনি (ইটালী)।

প্ৰশ্ন : ৪) মাধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ চাৰ আইজাক নিউটন (ইংলেণ্ড)।

প্ৰশ্ন : ৫) ট্ৰেনজিষ্টৰ কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ জন বাৰ্ডিন (আমেৰিকা)।

প্ৰশ্ন : ৬) বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ মেক্‌মিলান (১৮৩৯-৪০ ইংলেণ্ড)।

প্ৰশ্ন : ৭) ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰুপে কাক অভিহিত কৰা হয়? 
উত্তৰ ➜ হোমি জাহাঙ্গীৰ ভাবাক।

প্ৰশ্ন : ৮) কম্পিউটাৰ কোনে আবিষ্কাৰ কৰে? 
উত্তৰ ➜ হাওয়ার্ড অ্যাইকেন।

প্ৰশ্ন : ৯)  কোন বিজ্ঞানীয়ে কম্পিউটাৰ ভাইৰাস নামকৰণ কৰে? 
উত্তৰ ➜ ফ্রেড কোহেন।

প্ৰশ্ন : ১০) কোষ কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ ৰবার্ট হুক।

প্ৰশ্ন : ১১) অণুবীক্ষণ যন্ত্র কোনে আবিষ্কাৰ কৰে? 
উত্তৰ ➜ আন্থনি ভন লিউয়েন হুক।

প্ৰশ্ন : ১২) পেট্রোল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল ? 
উত্তৰ ➜ নিকোলাস অটো।

প্ৰশ্ন : ১৩) ৰেডিও কোনে আৱিষ্কাৰ কৰিছিল? 
উত্তৰ ➜ জি. মার্কনী।

প্ৰশ্ন : ১৪) এ. টি.এম. কোনে আবিষ্কাৰ কৰে? 
উত্তৰ ➜ বিজ্ঞানী - লুথাৰ জৰ্জ সিমজান।

প্ৰশ্ন : ১৫)  কোন বিজ্ঞানীয়ে ৰোগজীবাণু তত্ত্ব উদ্ভাবন কৰে? 
উত্তৰ ➜ লুইপেস্তুৰ।

🔴সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)