উত্তৰ ➜ ডেনিছ পেপিন (ফ্ৰান্স)।
প্ৰশ্ন : ২) জুইশলা (আধুনিক) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন ৱাকাৰ (ইংলেণ্ড)।
প্ৰশ্ন : ৩) ৰেডিঅ’কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ গুগ্লিয়েল্মো মাৰ্কনি (ইটালী)।
প্ৰশ্ন : ৪) মাধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ চাৰ আইজাক নিউটন (ইংলেণ্ড)।
প্ৰশ্ন : ৫) ট্ৰেনজিষ্টৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জন বাৰ্ডিন (আমেৰিকা)।
প্ৰশ্ন : ৬) বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ মেক্মিলান (১৮৩৯-৪০ ইংলেণ্ড)।
প্ৰশ্ন : ৭) ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰুপে কাক অভিহিত কৰা হয়?
উত্তৰ ➜ হোমি জাহাঙ্গীৰ ভাবাক।
প্ৰশ্ন : ৮) কম্পিউটাৰ কোনে আবিষ্কাৰ কৰে?
উত্তৰ ➜ হাওয়ার্ড অ্যাইকেন।
প্ৰশ্ন : ৯) কোন বিজ্ঞানীয়ে কম্পিউটাৰ ভাইৰাস নামকৰণ কৰে?
উত্তৰ ➜ ফ্রেড কোহেন।
প্ৰশ্ন : ১০) কোষ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ ৰবার্ট হুক।
প্ৰশ্ন : ১১) অণুবীক্ষণ যন্ত্র কোনে আবিষ্কাৰ কৰে?
উত্তৰ ➜ আন্থনি ভন লিউয়েন হুক।
প্ৰশ্ন : ১২) পেট্রোল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ ➜ নিকোলাস অটো।
প্ৰশ্ন : ১৩) ৰেডিও কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ ➜ জি. মার্কনী।
প্ৰশ্ন : ১৪) এ. টি.এম. কোনে আবিষ্কাৰ কৰে?
উত্তৰ ➜ বিজ্ঞানী - লুথাৰ জৰ্জ সিমজান।
প্ৰশ্ন : ১৫) কোন বিজ্ঞানীয়ে ৰোগজীবাণু তত্ত্ব উদ্ভাবন কৰে?
উত্তৰ ➜ লুইপেস্তুৰ।
🔴সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ