মে' (ইংৰাজী: 20 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪০তম (অধিবৰ্ষত ১৪১তম) দিন। বছৰ শেষ হ'বলৈ ২২৫ দিন বাকী থাকে।
👉🏿আজি বিশ্ব মৌ দিৱস।
👉🏿আজি বিশ্ব মেট্ৰ'লজি (জোখ-মাখ বিজ্ঞান) দিৱস।
👉🏿১২৯৩ চনৰ আজিৰ দিনটোতে জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্যু হয়।
👉🏿১৪৯৮ চনৰ আজিৰ দিনটোতে ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।
🔴সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ