সহোদৰ-অঞ্জনা শইকীয়া

©Admin
0
জোনাক মই ভাল পাইছিলোঁ!!
তথাপিও , উজাগৰি ৰাতিবোৰত
আন্ধাৰবোৰহে চোন মোৰ লগৰীয়া হ'ল!!
নিয়ঁৰ সনা দুঁৱৰিৰ দলিচাত খোঁজ দি ভাল পোৱা ‌মইজনীৰো চোন
কণ্টকময় পথটিহে চিনাকি হ'ল!!
জীৱনৰ খলা-বমা বোৰ আপোন হৈ
জোনাকীৰ পোহৰ কণহে পথ দেখাওতা হ'ল !!!

         🔴 অঞ্জনা শইকীয়া
                 টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)