১/প্ৰথম কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
উ: মাধৱ কন্দলি
২/মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি?
উ: ৰাম সৰস্বতী
৩/অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উ: ভট্টদেৱ
৪/ইংৰাজী ভাষাৰ সৰ্ববৃহৎ অভিধানখন কি?
উ: Oxford English Dictionary
৫/"বন্দো কি ছন্দেৰে" বিখ্যাত গীতটোৰ ৰচয়িতা কোন?
উ: অম্বিকাগিৰি ৰায়চৌধুৰী
৬/"কাণখোৱা" পুথিখন কোনে ৰচনা কৰিছিল?
উ: শ্ৰীধৰ কন্দলি
৭/অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি?
উ: The Assam Tribune
৮/"বীণবৰাগী" কবিতা পুথিৰ ৰচক কোন?
উ: চন্দ্ৰকুমাৰ আগৰৱালা
৯/কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম "শীলভদ্ৰ"?
উ: ৰেৱতীমোহন দত্তচৌধুৰী
১০/নিৰ্মলপ্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?
উ: নীলা বাইদেউ