সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/ আধুনিক কম্পিউটাৰ জনক কোন?
উত্তৰ- চালৰ্চ বেবেজ।
২/কোনে প্ৰথমতে Analogue Computer সাজিছিল?
উত্তৰ- লৰ্ড কেলভিন।

৩/ . প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?
উত্তৰ- হলীৰাম ফুকন ৷
৪/অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?

উত্তৰ- ব্ৰনচন (১৮৬৭ চন)

৫/ডিনামাইট কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰ- আলফ্ৰেড ন’বেল।
৬/গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?
উত্তৰ- মীৰা শৰ্মা ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)