২/ আজিৰ দিনটোতে ১৯৭১ চনত মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
৩/আজিৰ দিনটোতে ১৫৩৫ চনত ব্যভিচাৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথিৰনক শিৰেচ্ছেদ কৰা হয়।
৪/ আজিৰ দিনটোতে১৯১৩ চনত ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰোড্ডীৰ জন্ম হয়।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব