১৯ মে ইতিহাসত আজিৰ দিনটো

১/আজিৰ দিনটোতে ১৯৪০ চনত ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।

২/ আজিৰ দিনটোতে ১৯৭১ চনত মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।

৩/আজিৰ দিনটোতে ১৫৩৫ চনত ব্যভিচাৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথিৰনক শিৰেচ্ছেদ কৰা হয়।

৪/ আজিৰ দিনটোতে১৯১৩ চনত ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰোড্ডীৰ জন্ম হয়।

Post a Comment

Previous Post Next Post