৯ মে ইতিহাসত আজিৰ দিনটো

Aditi Tanti
0
🔴৯ মে' (ইংৰাজী: 9 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী থাকে।

⭕১৮৬৬ চনত সমাজ সংস্কাৰক গোপাল কৃষ্ণ গোখলেৰ জন্ম

⭕১৯৪৪ চনত বিশ্বৰ প্ৰথম চকু বেঙ্ক মুকলি*

⭕১৮৮২ চনত উইলিয়াম এফ ফ'ৰ্ডৰ ষ্টেথ'স্ক'প আৱিস্কাৰ

⭕১৮৯৪ চনত প্ৰখ্যাত অৰ্থনীতিবিদ বেঞ্জামিন গ্ৰাহামৰ জন্ম

⭕মৃত্যু:১৯৮৬ - টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)