- ৰঘুনাথ চৌধৰী ৷
২. ‘নটসূৰ্য্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন ?
- ফণী শৰ্মা ৷
৩, অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে ?
- গুৱাহাটীত ৷
৪. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?
- মীৰা শৰ্মা ৷
৫. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
- ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী
৬. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?
- গোপীনাথ বৰদলৈ ৷
৭. প্ৰথম অসমীয়া ৰাজ্যপালজন কোন ?
- বিষ্ণুৰাম মেধি (মাদ্ৰাজ, ১৯৫৭) ৷
৮. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?
- ফকৰুদ্দিন আলি আহমেদ ৷
৯. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন ?
- চৈয়দা আনোৱাৰা টাইমুৰ ৷
১০. প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল ?
- হলীৰাম ফুকন ৷