নয়নতৰা-জয়ন্ত কলিতা

©Admin
0
উকা কুঁৱলীৰ দুবাহু নয়ন।   
         এধাল ৰঙবিহীন বাগিছা
উমাল হাতেৰে বিচাৰি ফুৰা
              তোমাৰ.......। 
  
আউসীবিহীন ৰজনীত
          এপলক ছন্দ কবিতাৰে,       
  আজুৰি অনা তোমাৰ হাঁহি             
          জোনাকী হৈ উঠে।

তোমাৰ সান্নিধ্যতাত
        বিপ্লৱী প্ৰশ্বাসৰ ধুমুহা
অজান চহৰত প্ৰেয়সীৰ 
           গোপন নিশা হৈ পৰে।।
  

⚫জয়ন্ত কলিতা তুলসীবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)