নিজক পঢ়ি চোৱা বন্ধু -হেমেন হাজৰিকা

    কি কাহিনী পঢ়িবা বন্ধু
     সফলতাৰ নে
     বিফলতাৰ।

     যি কাহিনীত
     পঢ়িব পাৰি নিজৰ মুখ
     নিজৰ পৰা আৰম্ভ হওঁক
     এই যাত্ৰা।

    যি যাত্ৰা শেষ হ'ব
    সফলতাৰ এক
    স্বৰ্ণিল ইতিহাস।

    বিফলতাৰ সাধু পঢ়ি
    আমাৰ নিজক চিনাৰ
    সাধুবাদ ল'বলৈ
    হওঁক অনিৰুদ্ধ যাত্ৰা।।

◾হেমেন হাজৰিকা

Post a Comment

Previous Post Next Post