কি কাহিনী পঢ়িবা বন্ধু
সফলতাৰ নে
বিফলতাৰ।
যি কাহিনীত
পঢ়িব পাৰি নিজৰ মুখ
নিজৰ পৰা আৰম্ভ হওঁক
এই যাত্ৰা।
যি যাত্ৰা শেষ হ'ব
সফলতাৰ এক
স্বৰ্ণিল ইতিহাস।
বিফলতাৰ সাধু পঢ়ি
আমাৰ নিজক চিনাৰ
সাধুবাদ ল'বলৈ
হওঁক অনিৰুদ্ধ যাত্ৰা।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ