এইয়া বিভীষিকা বানপানী - মাংৰা মুণ্ডা

Aditi Tanti
0
প্ৰাকৃতিৰ সৌন্দৰ্য ডিমা হাছাৰ হাফলং
বিধ্বস্ত ৰূপে...
জলপ্ৰপাতে খহাই আনিছে
জলপ্লাৱন ৰূপে,
ক্ষতিগ্ৰস্ত জলপ্ৰলয় 
নানা প্ৰান্তে প্ৰান্তে।।
তথাপিও....
শান্ত নহয়
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে।।

বিধ্বস্ত বাটপথ,ব্যাহত জনজীৱন
হাহাকাৰ চাৰিওফালে
বানৰ কবলত।।
নাই কোনো শুদ্ধ খোৱা পানী,
নাই কোনো সুবিধাজনক।
এইয়া বিভীষিকা বানপানীৰ
অনেক সমস্যা ৰূপত।।

ৰুস্ত প্ৰাকৃতি যেন
বিধ্বস্ত ৰূপত,
অসমৰ বহু অঞ্চল
বানৰ কবলত।
ক্ষতিগ্ৰস্ত জলপ্ৰলয়
নানা প্ৰান্তে প্ৰান্তে
তথাপিও....
শান্ত নহয়
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে।।
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)