আজিৰ দিনটোৰ বিশেষত্ব - ২৫ মে'

©Admin
0
২৫ মে' (ইংৰাজী: 25 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৫তম (অধিবৰ্ষত ১৪৬তম) দিন। বছৰ শেষ হ'বলৈ ২২০ দিন বাকী থাকে।

১)আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দিৱস।

২)২০০১ চনত গুজৰাটৰ চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ আৰম্ভ।

৩)১৯৭২ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰৰ জন্ম।

৪)১৯০৮ চনত পুলিৎজাৰ বঁটা বিজয়ী কবি থিঅ'ডৰ ৰ'ৱেথকেৰ জন্ম।

৫)১৯৫৪ চনত বিশ্বৰ প্ৰথম মহিলা পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ জন্ম।

৬)১৯৩০ চনত সৌৰজগতৰ নৱম গ্ৰহক প্লুটো নামেৰে আখ্যা।

৭)১৮৩০ চনত আমেৰিকাত প্ৰথম যাত্ৰীবাহী ৰে'লৰ চলাচল।

৮)১৯০৫ চনত ৰাছিয়াৰ ঔপন্যাসিক মিখাইল ছলোকভৰ জন্ম।

৯/ ২০১৮ চনত প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।

১০/ ১৮৬৫ চনত পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানীৰ জন্ম।

১১/১৮৯৫ চনত অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ জন্ম।(মৃত্যু: ১৯৭৫ চন)

১২/ ১৮৯৯ চনত কাজী নজৰুল ইছলাম, বিদ্ৰোহী কবি, সাহিত্যিক, সম্পাদক, আৰু বাংলাদেশৰ জাতীয় কবিৰ জন্ম।

১৩/১৯০৬ চনত ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰৰ জন্ম।

১৪/ ১৯৬৩‌ চনত মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতাৰ জন্ম।

১৫/বিশ্ব থাইৰয়ড দিৱস।

১৬/২০০৫ চনত পদ্মশ্ৰী (১৯৬৮), বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক আৰু ৰাজনীতিবিদ, প্ৰাক্তন যুৱ কাৰ্যক্ৰম আৰু ক্ৰীয়া মন্ত্ৰী (২০০৪–২০০৫)সুনীল দত্ত (বলৰাজ দত্ত) ৰ জন্ম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)