Homeকবিতা ব্যৰ্থ প্ৰেম-হীৰক কলিতা May 18, 2022 0 ইপাৰে তই সিপাৰে মইমাজতে বিষাদৰ নৈপাৰ হ'ম বুলিও দেখোন হ'ব নোৱাৰি ভৰিৰ খোজতেগৰাখহনীয়াৰ ৰূপ বিষাদেৰে ভৰা এই ভগ্ন হৃদয়বুজাব নোৱাৰি হৃদয় স্পন্দন কোনে বুজাব এই ভগ্ন হৃদয়কএয়া যে ব্যৰ্থ প্ৰেম ।✍️ হীৰক কলিতা Tags: কবিতা হীৰক কলিতা