ব্যৰ্থ প্ৰেম-হীৰক কলিতা

0
ইপাৰে তই সিপাৰে মই
মাজতে বিষাদৰ নৈ
পাৰ হ'ম বুলিও দেখোন 
হ'ব নোৱাৰি 
ভৰিৰ খোজতে
গৰাখহনীয়াৰ ৰূপ 
বিষাদেৰে ভৰা এই ভগ্ন হৃদয়
বুজাব নোৱাৰি হৃদয় স্পন্দন 
কোনে বুজাব এই ভগ্ন হৃদয়ক
এয়া যে ব্যৰ্থ প্ৰেম ।

✍️ হীৰক কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)