১ মে' - ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
আজি বিশ্ব শ্ৰমিক দিৱস / মে' দিৱস।

⚫১৭৫১ – আমেৰিকাত প্ৰথম ক্ৰিকেট খেলা অনুষ্ঠিত হয়।

⚫১৯৪০ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে ১৯৪০ গ্ৰীষ্মকালীন অলিম্পিক বন্ধ হয়।

⚫১৯৪৮ চনৰ আজিৰ দিনটোতে গণতান্ত্ৰিক কোৰিয়া প্ৰজাতন্ত্ৰ (উত্তৰ কোৰিয়া) প্ৰতিষ্ঠিত হয়।

⚫১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম ভাৰতৰ নতুন দুখন প্ৰদেশ হিচাপে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ জন্ম হয়।

সংগ্ৰাহকঃ ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)