উত্তৰ:- Google.
২/ পোন প্ৰথমে কম্পিউটাৰ ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- বছিত আলি আৰু আমজেদ আলি (পাকিস্তান)।
৩/ DATA BAS TECHNOLOGY কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- Charles w. Bachman.
৪/ Leptop ৰ আৱিষ্কাৰ কোনে কৰিছিল?
উত্তৰ:- Dr. Douglas C. Engelbart.
৫/ চতুৰ্থ জেনেৰেশ্বনৰ কম্পিউটাৰ লেংগুৱেজৰ সপোন কি?
উত্তৰ:- Programming without programmers.
৬/ RAM ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ:- Random access memory.
৭/ WiFi ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰ:- wireless fidelity.