দৈনিক অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

১/বৰ্তমান ইন্টাৰনেটৰ জনপ্ৰিয় চাৰ্জ ইঞ্জিন টোৰ নাম কি? 
  উত্তৰ:- Google.

২/ পোন প্ৰথমে কম্পিউটাৰ ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- বছিত আলি আৰু আমজেদ আলি (পাকিস্তান)।

৩/ DATA BAS TECHNOLOGY কোনে আৱিষ্কাৰ কৰিছিল?
  উত্তৰ:- Charles w. Bachman.

৪/ Leptop ৰ আৱিষ্কাৰ কোনে কৰিছিল?
  উত্তৰ:- Dr. Douglas C. Engelbart.

৫/ চতুৰ্থ জেনেৰেশ্বনৰ কম্পিউটাৰ লেংগুৱেজৰ সপোন কি? 
  উত্তৰ:- Programming without programmers.

৬/ RAM ৰ সম্পূৰ্ণ ৰূপ কি? 
  উত্তৰ:- Random access memory.

৭/ WiFi ৰ সম্পূৰ্ণ ৰূপ কি?
 উত্তৰ:- wireless fidelity.

Post a Comment

Previous Post Next Post