আনন্দ নাই মুখত হাঁহি
নাই বিহু , নাই পূজা , নাই সেই
ৰঙা, নিলা বেলুন |
আহিল মাথোঁ মানৱ জাতিলৈ
কভিড নাইনতিন ক'ৰণা |
হ'ল বান হ'ল বাঘজানত জুই
আজি বাঘজানৰ
চৌদিশে হাহাকাৰ পৰিৱেশ
শুনিছো কান্দোনৰ ৰোল
কিহৰ পৰা কিনো হ'ল
কোনেনো বুজাব
দপদপাই জ্বলিছে মাথোঁ
বাঘজানৰ চৌদিশ |
থাকিম জীয়াই দুখৰ মাজত
যুঁজি হম শ্বহিদৰ কেচা
তেজ আছে আমাৰ
মূলাগাভৰু বীৰাঙ্গনা
কনকলতাৰ তেজ |
থাকিম জীয়াই যুঁজিম
কৰি যাম ৰণ,
দেশৰ হকে যুঁজি কৰিম
কাম
সময় হ'লে আইৰ কোলাত
টোপনি যাম |