মা তুমি মহিয়সী-মিনাক্ষী দত্ত

সমতাৰে একতা আনি এই ধৰণীত
তুমি হ'লা মহিয়সী
তোমাৰ সুগভীৰ মতাদৰ্শত বিশাল ধৰণীত
ফুল হৈ ফুলাৰ মধুৰ প্ৰতিশ্ৰুতি ।
কল্পনাৰ বিশাল মন সাগৰৰ
ফটিক পানীত পৰিষ্ফুট হয়  ,
প্ৰকৃত মানৱতা আৰু নৈতিকতা
উন্নয়নৰ এক অবিৰত যাত্ৰা ।

             ◾ মিনাক্ষী দত্ত 
     ধেমাজি (মাছখোৱা ) 

Post a Comment

Previous Post Next Post