Homeকবিতা মা তুমি মহিয়সী-মিনাক্ষী দত্ত May 10, 2022 0 সমতাৰে একতা আনি এই ধৰণীততুমি হ'লা মহিয়সীতোমাৰ সুগভীৰ মতাদৰ্শত বিশাল ধৰণীতফুল হৈ ফুলাৰ মধুৰ প্ৰতিশ্ৰুতি ।কল্পনাৰ বিশাল মন সাগৰৰফটিক পানীত পৰিষ্ফুট হয় ,প্ৰকৃত মানৱতা আৰু নৈতিকতাউন্নয়নৰ এক অবিৰত যাত্ৰা । ◾ মিনাক্ষী দত্ত ধেমাজি (মাছখোৱা ) Tags: কবিতা মিনাক্ষী দত্ত