🔴১৯৪৫ আজিৰ দিনটোত চনত মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
🔴১৯৯৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।
🔴১৮২৮ চনৰ আজিৰ দিনটোত ৰেড ক্ৰছৰ জন্মদাতা হেনৰী ডুনাণ্টৰ জেনেভাত জন্ম হয়।
🔴১৯৩০ চনৰ আজিৰ দিনটোত গেৰী স্নাইডাৰৰ জন্ম হয়। তেখেত এজন বিখ্যাত আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী।
🔴১৯৫০ চনৰ আজিৰ দিনটোত পূৰবী বৰমুদৈৰ জন্ম হয়। তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ