৮ মে' - আজিৰ দিনটোৰ বিশেষত্ব

🔴আজি ৰেডক্ৰছ দিৱস।

🔴১৯৪৫ আজিৰ দিনটোত চনত মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

🔴১৯৯৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।

🔴১৮২৮ চনৰ আজিৰ দিনটোত ৰেড ক্ৰছৰ জন্মদাতা হেনৰী ডুনাণ্টৰ জেনেভাত জন্ম হয়।

🔴১৯৩০ চনৰ আজিৰ দিনটোত গেৰী স্নাইডাৰৰ জন্ম হয়। তেখেত এজন বিখ্যাত আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী।

🔴১৯৫০ চনৰ আজিৰ দিনটোত পূৰবী বৰমুদৈৰ জন্ম হয়। তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক।

Post a Comment

Previous Post Next Post