সাধাৰণ জ্ঞান General Knowledge

Rinku Rajowar
0
১. কুইক ছিলভাৰ কোন ধাতুৰ নাম?
উত্তৰ:- পাৰা।

২. পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ কিমান?
উত্তৰ:- ৯. ৮১ ছেঃ মিঃ।

৩. সূৰ্যৰ অতিশয় উত্তপ্ত কেন্দ্ৰভাগক কি বোলে?
উত্তৰ:- আলোকমণ্ডল।

৪. আলোকবৰ্ষ কিহৰ একক?
উত্তৰ:- মহাজাগতিক দূৰত্ব।

৫. গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি?
উত্তৰ:- এচিটিক এচিড।

৬. আটাইতকৈ পাতল গেছ কি?
উত্তৰ:- হাইড্ৰ'জেন।

৭. মানুহৰ পিটুইটাৰি গ্লেন ক'ত থাকে?
উত্তৰ:- মগজুত।

৮. মানুহৰ শৰীৰত থকা ডাঙৰ গ্ৰন্হিটো নাম কি?
উত্তৰ:- লিভাৰ।

৯. মানুহৰ দেহৰ দীৰ্ঘতম হাড় ডাল কি?
উত্তৰ:- উৰুৰ হাড় বা উৰ্বস্হি।

১০. তেজত থকা ধাতুটো নাম কি?
উত্তৰ:- লো।

১১. মানুহৰ বেৰিবেৰি ৰোগ কি ভিটামিনৰ অভাৱত দেখা যায়?
উত্তৰ:- ভিটামিন 'B'।

১২. মানুহৰ শৰীৰত থকা বৃক্ক কাম কি?
উত্তৰ:- তেজ শোধন কৰা।

১৩. পেনিচেলিন কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিং।

১৪. সাধাৰণতে মানুহৰ ব্লাড পেছাৰ কিমান থাকিব লাগে?
উত্তৰ:- ১২০/৮০।

১৫. ভিটামিন 'A' আটাইতকৈ ক'ত বেছি পোৱা যায়?
উত্তৰ:- গাজৰত।

১৬. কি গেছত পানী বিশুদ্ধ কৰা হয়?
উত্তৰ:- ক্লৰিণ গেছ।

১৭. উষ্ণতাৰ SI একক কি?
উত্তৰ:- কেল'ভিন।

১৮. কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ আহৰণ কৰা হয়?
উত্তৰ:- সিনকোনা।

১৯. উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটো নাম কি?
উত্তৰ:- নাইট্ৰ'জেন।

২০. শুকান বৰফ কি?
উত্তৰ:- গোটা কাৰ্বন-ডাই-অক্সাইড।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)