১/ ১৯২৬ চনত এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল মেৰিলিন মন্ৰ'ৰ জন্ম।(মৃত্যু ০৪/০৮/১৯৬২)
২/ ১৯৩৬ চনত খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম।
৩/১৯৮৫ চনত ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ জন্ম।
৪/১৮৪২ চনত শিক্ষাবিদ ডেভিড হেয়াৰৰ মৃত্যু।
৫/১৯৪১ চনত অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীৰ জন্ম।
৬/১৯৬৮ চনত মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী হেলেন কেলাৰৰ মৃত্যু । উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
৭/১৯৭৫ চনত ভাৰতীয় ভাৰোত্তোলক কৰ্ণম মালেশ্বৰীৰ জন্ম।
৮/১৯৭৯ চনত অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ সুমন হৰিপ্ৰিয়াৰ জন্ম।
৯/ ১৯৮১ চনত ভাৰতীয় অভিনেত্ৰী নাৰ্গিছ দত্তৰ মৃত্যু।
১০/১৯৮৫ চনত ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ জন্ম।
১১/ ১৯৯৬ চনত ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু।
১২/ ২০০৪ চনত অসমীয়া সাহিত্যক তথা গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু।
১৩/২০০৭ চনত ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামৰাও কৃষ্ণৰাও পাটিলৰ মৃত্যু।
১৪/ আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস।
১৫/ বিশ্ব গাখীৰ দিৱস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ