২১ জুন ইতিহাসত আজিৰ দিনটো

0
২১  জুন  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম (অধিবৰ্ষত ১৭৩তম) দিন। বছৰ শেষ হ'বলৈ ১৯৩ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৯৪৮ চনত পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।

২/ আজিৰ দিনটোতে ১৯৩২ চনত   ভাৰতীয় অভিনেত্ৰী নিগাৰ চুলতানৰ জন্ম হয়।

৩/ আজিৰ দিনটোতে ১৯৮২ চনত গ্ৰেট বৃটেনৰ  ৰাজকুমাৰ উইলিয়াম ডিউক অব কেমব্ৰিজৰ জন্ম হয়।
 
৪/আজিৰ দিনটোতে ২০২০ চনত ভাৰতীয় সমাজসেৱী আৰু লেখিকা    শীলা বৰঠাকুৰৰ জন্ম হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)