২১ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম (অধিবৰ্ষত ১৭৩তম) দিন। বছৰ শেষ হ'বলৈ ১৯৩ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৪৮ চনত পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
২/ আজিৰ দিনটোতে ১৯৩২ চনত ভাৰতীয় অভিনেত্ৰী নিগাৰ চুলতানৰ জন্ম হয়।
৩/ আজিৰ দিনটোতে ১৯৮২ চনত গ্ৰেট বৃটেনৰ ৰাজকুমাৰ উইলিয়াম ডিউক অব কেমব্ৰিজৰ জন্ম হয়।
৪/আজিৰ দিনটোতে ২০২০ চনত ভাৰতীয় সমাজসেৱী আৰু লেখিকা শীলা বৰঠাকুৰৰ জন্ম হয়।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব