উত্তৰ- ১৯৪৩ চনৰ ১৫ জুনত ৷
২/নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?
উত্তৰ-স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷৩/অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
উত্তৰ- ১৯৮৫ চন ৪/ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷৫/অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?উত্তৰ- ব্ৰনচন (১৮৬৭ চন)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ