সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ- ১৯৪৩ চনৰ ১৫ জুনত ৷

২/নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল ?
উত্তৰ-স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৷

৩/অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
উত্তৰ- ১৯৮৫ চন 

৪/ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷

৫/অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?উত্তৰ- ব্ৰনচন (১৮৬৭ চন)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)