সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১) নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?
উত্তৰ:মাদাৰ টেৰেছা।
২) গৌতম বুদ্ধৰ প্রকৃত নাম কি আছিল?
উত্তৰ: সিদ্ধাৰ্থ ।
৩) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
উত্তৰ: এছিয়া মহাদেশৰ।
৪) পৃথিৱীৰ মুঠ মহাসাগৰৰ সংখ্যা কিমান?
উত্তৰ:৫ 
৫) ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি?
উত্তৰ: ভাৰত ৰত্ন।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)