আজিৰ দিনটোৰ বিশেষত্ব - ২৩ জুন

©Admin
0
২৩ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৪তম (অধিবৰ্ষত ১৭৫তম) দিন। বছৰ শেষ হ'বলৈ ১৯১ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
⭕১৯১২ চনৰ আজিৰ দিনটোতেই ইংৰাজ কম্পিউটাৰ বিজ্ঞানী এলান ট্যুৰিঙৰ জন্ম হৈছিল ।
⭕১৯৫২ চনৰ আজিৰ দিনটোতেই অভিনেতা আৰু ৰাজনৈতিক নেতা ৰাজ বব্বৰৰ জন্ম হৈছিল।
⭕১৯৯৫ চনৰ আজিৰ দিনটোতেই প'লিঅ' ৰোগৰ প্ৰতিষেধক ছিটা আবিষ্কাৰ কৰা জীৱ বিজ্ঞানী জোনাছ চকৰ মৃত্যু হৈছিল।
⭕ আজি আন্তৰ্জাতিক বিধৱা দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)