কবিতাৰ পথাৰ-হেমেন হাজৰিকা

©Admin
0
      ভৱিষ্যতৰ ভ্ৰষ্টা
       কবি তুমি
      কবিতাৰ নিপুণ খেতিয়ক ।
      চহাব লাগিব মাটি
      নালাগে বলধ ।।

      বৰ্তমানৰ স্ৰষ্টা কবি
       মনক কৰ্ষণ কৰি
      কলমেৰে চহোৱা
      মনৰ পথাৰ ।।

     বাচি বাচি আনা
     নিটোল শব্দ
    সেই শব্দৰে
    লিখিযোৱা কালজয়ী কবিতা
    সেই কবিতাই
    চহকী কৰিব
   আমাৰ কবিতাৰ পথাৰ ।।

    ✍️হেমেন হাজৰিকা
              ৰাণী
      কামৰূপ অসম
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)