৮ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপুঞ্জীৰ ১৫৯তম অধিবৰ্ষত ১৬০তম দিন। বছৰ শেষ হ'বলৈ ২০৬ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৩৬ চনত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হয়।
২/আজিৰ দিনটোতে ১৯৬১ চনত চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেতা ৰবাৰ্ট টেইলৰ মৃত্যু হয়।
৩/আজিৰ দিনটোতে ১৯৭৫ চনত বলিউডৰ অভিনেত্ৰী শিল্পা শেট্টীৰ জন্ম ।
৪/আজিৰ দিনটোতে ১৯৯০ চনত দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব