সাধাৰণ জ্ঞান- কুইজ

©Admin
0
১/বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
উত্তৰ- দক্ষিণ আফ্ৰিকাত।
২/বৰ্তমান বেষ্ট ইণ্ডিচ ক্ৰিকেট দলৰ নতুন নিৰ্বাচক কোন?
উত্তৰ:- ডেচমণ্ড হেইন্স।
৩/প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ- পদ্মাৱতী দেৱীফুকননী
৪/অসমৰ প্ৰথম মহিলা আই .এ. এছ.কোন ?
উত্তৰ- পাৰুল দাস ( ১৯৭৪ চন)
৫/অসমৰ প্ৰথম চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল?
উত্তৰ- ডা: ৰজনীপ্ৰভা শইকীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)