কেঁচা মাটিৰ সুবাস-মিন্টু গোৱলা

মূৰৰ কেঁচা ঘাম মাটিত পেলাই
মাটি ডৰা চহাই সুবাস বঢ়াই
বোকা,বোকা,গোন্ধে সুবাস 
বিলাই সেউজীয়া সপোনে ।
চিপ চিপিয়া বৰষুণত তিতি
সেউজীয়া সপোন দেখা
কৃষক জন........... !
প্ৰখৰ ৰʼদত দেহা শুকুৱাই
সপোন ৰচে সোণোৱালী শস্যৰ
এই কেঁচা মাটিত ।
                      

Post a Comment

Previous Post Next Post