Homeকবিতা কেঁচা মাটিৰ সুবাস-মিন্টু গোৱলা June 08, 2022 0 মূৰৰ কেঁচা ঘাম মাটিত পেলাইমাটি ডৰা চহাই সুবাস বঢ়াইবোকা,বোকা,গোন্ধে সুবাস বিলাই সেউজীয়া সপোনে ।চিপ চিপিয়া বৰষুণত তিতিসেউজীয়া সপোন দেখাকৃষক জন........... !প্ৰখৰ ৰʼদত দেহা শুকুৱাইসপোন ৰচে সোণোৱালী শস্যৰএই কেঁচা মাটিত । Tags: কবিতা মিন্টু গোৱলা