আজিৰ দিনটোৰ বিশেষত্ব ২৫ জুন

©Admin
0
 •১৯৩২  চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
• ১৯৭৫ চনৰ আজিৰ দিনটোতে পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে। 
•১৯৭৫ চনৰ আজিৰ দিনটোতে  ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
• ১৯৭৮  চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)