Home সুশান্ত দাস বোকা মানৱ- সুশান্ত দাস বোকা মানৱ- সুশান্ত দাস person©Admin June 03, 2022 0 share জুবিন গাৰ্গৰ গীতৰ তালে তালে সকলোৱে স্ফূৰ্তি কৰাৰ মাজতে কিছু বোকাত লুতুৰি-পুতুৰি মানুহ দেখা পালে। নয়নে মাকক সুধিলে:- “ কোন হয় তেওঁলোক ? ”মাকে উত্তৰত ক'লে:- “ আধুনিক নৃত্যশৈলীৰে শিক্ষিত বোকা মানৱ ! "✍️ সুশান্ত দাস Tags অণুগল্পসুশান্ত দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ