বোকা মানৱ- সুশান্ত দাস

জুবিন গাৰ্গৰ গীতৰ তালে তালে সকলোৱে স্ফূৰ্তি কৰাৰ মাজতে কিছু বোকাত লুতুৰি-পুতুৰি মানুহ দেখা পালে। 
নয়নে মাকক সুধিলে:- “ কোন হয় তেওঁলোক ? ”
মাকে উত্তৰত ক'লে:- “ আধুনিক নৃত্যশৈলীৰে শিক্ষিত বোকা মানৱ ! "

✍️ সুশান্ত দাস

Post a Comment

Previous Post Next Post