সাধাৰণ জ্ঞান

©Admin
0
অসম চৰকাৰে এই বছৰৰ ৰাভা দিৱসত প্ৰদান কৰা বঁটাসমূহৰ ভিতৰত *ৰাষ্ট্ৰীয় বঁটাসমূহ* হল-
1. কালিচৰণ ব্ৰহ্ম বঁটা-2021 ডঃ অনুঙ্গলা আইয়েৰ
2. কৃষ্ণ কান্ত সন্দিকৈ বঁটা-2021 ডঃ নৰেন কলিতা
3. আজান পীৰ বঁটা- 2021 ডঃ অমলেন্দু ভট্টাচাৰ্য্য

আৰু প্ৰদান কৰা কিছু *ৰাজ্যিক বঁটাসমূহ* হল-
1. চন্দ্ৰকমল গগৈ আৰু শৰোদী শইকিয়াক বিষ্ণু ৰাভা বঁটা-2022 
2. গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা-2021 মৃদুলা বৰুৱা
3. লেখিকা এলা বৰগোহাঁই অমলপ্ৰভা দাস বঁটা-2021 
4. চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা-2021 লীলাৱতী কুশৰে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)