সাধাৰণ জ্ঞান-কুইজ

©Admin
0
🌐Solar system (সৌৰ জগত)🌐
➡️ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ = বৃহস্পতি (Jupiter; Radius:-69,911 km)
➡️ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ = বুধ (Mercury; Radius:-2,439.7 km)
➡️ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ = গেনিমেড, {Ganymede,(বৃহস্পতিৰ উপগ্ৰহ), Diameter:-5,268 km)
➡️ সৌৰজগতৰ আটাইতকৈ সৰু উপগ্ৰহ =ডিমোচ {Deimos;(মঙ্গলৰ উপগ্ৰহ) Radius:-6.2 km}
➡️ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ = শুক্ৰ (Venus :- 471°C)
➡️ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ = নেপচুন (around -214°C).
➡️ সৌৰজগতৰ আটাইতকৈ বেছি ঘনত্ব থকা গ্ৰহ = পৃথিৱী (ঘনত্ব:- 5.51 g/cm³)
➡️ সৌৰজগতৰ আটাইতকৈ কম ঘনত্ব থকা গ্ৰহ = শনি (saturn: ঘনত্ব:- 0.687 g/cm³)
➡️ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ = বুধ ( Mercury)
➡️ সূৰ্যৰ আটাইতকৈ দূৰৰ গ্ৰহ =নেপচুন
➡️ পৃথিৱীৰ একেবাৰে ওচৰত থকা গ্ৰহ = শুক্ৰ (Venus)
➡️ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকাগ্ৰহ=নেপচুন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)