আজিৰ দিনটোৰ বিশেষত্ব - ১৭ জুন

©Admin
0
১৭ জুন (ইংৰাজী: 17 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৮তম (অধিবৰ্ষত ১৬৯তম) দিন। বছৰ শেষ হ'বলৈ ১৯৭ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১) ১৯০৩ - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ প্ৰথম বোলছবি নিৰ্মাতা।
২) ১৯৭৩ - লিয়েণ্ডাৰ পেজ, ভাৰতীয় টেনিচ খেলুৱৈ।
১৯৮০ - ভেনাছ উইলিয়ামছ, আমেৰিকান মহিলা টেনিছ খেলুৱৈ।
৩) ১৯৮১ - শ্বেন ৱাটচন, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
৪) ১৮৬২ - ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু হয়।
৫) ১৯২৮ - ওড়িশাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হৈছিল।
৬) আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।
৭) আজি আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ আৰু খৰাঙ প্ৰতিৰোধী দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)