গণতন্ত্ৰৰ মৃত্যু-অঞ্জনা শইকীয়া

©Admin
0
ৰক্ষকেই যেতিয়া ভক্ষক হয় ,
ন্যায় দ্বাতাই যেতিয়া অন্যায়ৰ সাহস হয়,
ভ্ৰষ্টাচাৰ যেতিয়া সংস্কৃতি হয়,
ক্ষমতাই যেতিয়া চৰম উদ্দেশ্য হয়,
তেতিয়াই দেশত গণতন্ত্ৰৰ মৃত্যু হয়!!!
◼️ অঞ্জনা শইকীয়া(টীয়ক)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)