কলঙ্ক যদিও - হেমেন হাজৰিকা

গমগমীয়া
ৰাতিৰ আন্ধাৰত
মুখ লুকুৱাই ফুৰা
সঙ্গীবোৰে কয়
তই জগত পোহৰাব পাৰ
কিন্তু
তোৰ গাত অজস্ৰ কলঙ্কৰ দাগ
হয়
গাত অজস্ৰ কলঙ্কৰ দাগ
তথাপিও তাৰ নাম
 জোনবাই ।।

✍️হেমেন হাজৰিকা
ৰাণী , কামৰূপ

Post a Comment

Previous Post Next Post