কলঙ্ক যদিও - হেমেন হাজৰিকা

©Admin
0
গমগমীয়া
ৰাতিৰ আন্ধাৰত
মুখ লুকুৱাই ফুৰা
সঙ্গীবোৰে কয়
তই জগত পোহৰাব পাৰ
কিন্তু
তোৰ গাত অজস্ৰ কলঙ্কৰ দাগ
হয়
গাত অজস্ৰ কলঙ্কৰ দাগ
তথাপিও তাৰ নাম
 জোনবাই ।।

✍️হেমেন হাজৰিকা
ৰাণী , কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)