সাধাৰণ জ্ঞান - কুইজ

১/ৰাভা দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ:২০ জুন।
২/ বিশ্ব যোগ দিবস কেতিয়া পালন কৰা হয় ?
উত্তৰ:২১ জুন।
৩/২৬ জানুৱাৰী ২০২২ ত কিমান সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছিল?
উত্তৰ:৭৩ সংখ্যক গণৰাজ্য দিৱস।
৪/অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি?
উত্তৰ:৪ টা যুগত।




Post a Comment

Previous Post Next Post