সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ৰাভা দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ:২০ জুন।
২/ বিশ্ব যোগ দিবস কেতিয়া পালন কৰা হয় ?
উত্তৰ:২১ জুন।
৩/২৬ জানুৱাৰী ২০২২ ত কিমান সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছিল?
উত্তৰ:৭৩ সংখ্যক গণৰাজ্য দিৱস।
৪/অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি?
উত্তৰ:৪ টা যুগত।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)