০৯ জুন আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
৯ জুন (ইংৰাজী: 9 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬০তম (অধিবৰ্ষত ১৬১তম) দিন। বছৰ শেষ হ'বলৈ ২০৫ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

⭕লালবহাদুৰ শাস্ত্ৰীয়ে ১৯৬৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্রধান মন্ত্রীৰ পদ অলংকৃত কৰিছিল ।

⭕২০০৮ চনত আজিৰ দিনটোতেই চণ্ডীগড়ক চৰকাৰে ধপাঁত মুক্ত বুলি ঘোষণা কৰে।

⭕ ৰাষ্ট্ৰীয় মৈথুন দিৱস।

⭕ ৰাষ্ট্ৰীয় ডনাল্ড ডাক দিৱস।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)