প্ৰভাতীৰ সুৰ - মিন্টু গোৱলা

©Admin
0
সূৰ্য্যৰ উজ্জ্বল কিৰণত
ৰঞ্জিত বৰণে প্ৰসাৰিত কৰে 
প্ৰভাতীৰ কিৰণে
অহোৰাত্ৰি নেওচি ফুলে 
প্ৰভাতীৰ ফুল 
প্ৰভাতীৰ সুৰে সুৰে পক্ষীয়ে
গাই বিনন্দিয়া গীত
পক্ষীৰ বিনন্দীয়া গীতৰ সুৰত 
প্ৰভাতীৰ আগমন হয় 
সৃষ্টিৰ শিকলি ভাঙিব নোৱাৰে 
কোনেও.......
নিয়তিৰ নিয়ম চলিব অমৰ দিনলৈ ।
                        
✍️শ্ৰী মিন্টু গোৱলা 
     লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)