প্ৰভাতীৰ সুৰ - মিন্টু গোৱলা

সূৰ্য্যৰ উজ্জ্বল কিৰণত
ৰঞ্জিত বৰণে প্ৰসাৰিত কৰে 
প্ৰভাতীৰ কিৰণে
অহোৰাত্ৰি নেওচি ফুলে 
প্ৰভাতীৰ ফুল 
প্ৰভাতীৰ সুৰে সুৰে পক্ষীয়ে
গাই বিনন্দিয়া গীত
পক্ষীৰ বিনন্দীয়া গীতৰ সুৰত 
প্ৰভাতীৰ আগমন হয় 
সৃষ্টিৰ শিকলি ভাঙিব নোৱাৰে 
কোনেও.......
নিয়তিৰ নিয়ম চলিব অমৰ দিনলৈ ।
                        
✍️শ্ৰী মিন্টু গোৱলা 
     লখিমপুৰ কদম

Post a Comment

Previous Post Next Post