অসমীয়া সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) অসমৰ মুঠ জিলা= ৩৫ খন ।
২) বৰ্তমান অসমৰ মাটিকালি= ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।
৩) অসমৰ সকলোতকৈ সৰু জিলা= দক্ষিণ শালমৰা আৰু মানকাচৰ ।
৪) অসমৰ সকলোতকৈ ডাঙৰ জিলা= কাৰ্বি আংলং।
৫) অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা= নগাঁও জিলা।
৬) বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা= ৭৮ টা।
৭) অসমৰ প্ৰথম মহিলা আই.এ.এছ (IAS)= পাৰুল দাস।
৮) প্ৰথম অসমীয়া ৰাজ্যপাল= বিষ্ণুৰাম মেধি ।
৯) অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা= অসম উপত্যকা সাহিত্য বঁটা।
১০) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি= ফখৰুদ্দিন আলি আহমেদ।
১১) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী= ভাৰতৰত্ন গোপীনাথ বৰদলৈ।
১২) অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'= চিত্ৰবন।
১৩) অসমৰ গৰম পানীৰ উহ আছে= গোলাঘাটত।
১৪) অসম‌‌ বিধানসভাৰ প্ৰথম অধ্যক্ষ= বসন্ত দাস।
১৫) অসম‌ বিধানসভাৰ মুঠ আসনৰ সংখ্যা= ১২৬ খন।
১৬) অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা= ৭ খন।
১৭) অসমৰ লোকসভাৰ আসনৰ সংখ্যা= ১৪খন।
১৮) অসমৰ প্ৰথম কলেজ= কটন কলেজ।
১৯) অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়= অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়।
২০) প্ৰথম অসমীয়া চিনেমা= জয়মতী।
২১) অসমৰ প্ৰথম গৰাকী মহিলা মূখ্যমন্ত্ৰী= আনোৱাৰা টাইমূৰ।
২২) কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা= ৰেণুকা দেৱী বৰকটকী।
২৩) ‌অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়= যোৰহাটত।
২৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন= ১৯১৭ চনত।
২৫) অসম‌ সাহিত্য সভাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল= শিৱসাগৰত।
২৬) "অসম চুক্তি" স্বাক্ষৰিত হৈছিল= ১৯৮৫ চনত।
২৭) অসম মহিলা ফুটবল সন্থা গঠন হৈছিল= ১৯৮৫ চনত।
২৮) অসমত প্ৰথম ৰে'ল সেৱা প্ৰৱৰ্তন হৈছিল= ১৮৮১ চনত।
২৯) অসমৰ চিমেণ্ট কাৰখানা থকা ঠাই= বোকাজান।
৩০) অসমৰ প্ৰধান নদী= ব্ৰহ্মপুত্ৰ আৰু বৰাক।
 Zakir Hussain rt

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)