২০ জুন ইতিহাসত আজিৰ দিনটো

Aditi Tanti
0
🛑২০ জুন (ইংৰাজী: 20 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭১তম (অধিবৰ্ষত ১৭২তম) দিন। বছৰ শেষ হ'বলৈ ১৯৪ দিন বাকী থাকে।

⭕ঘটনাৱলী
১৮৩৭ - ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
১৯১২ - পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।
⭕জন্ম
১৮৯৭ - ৰত্নকান্ত বৰকাকতী, অসমীয়া কবি।
১৯৩৩ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক।
⭕মৃত্যু
১৯৬৯ - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।
১৯৮৭ - ছেলিম আলি, প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ।
২০১৫ - মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। (জন্ম: ১২ নৱেম্বৰ ১৯৩৫)
২০২১ - গণকবি অশোক দাস, নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ।
⭕দিৱসসমূহ
বিষ্ণু ৰাভা দিৱস।
বিশ্ব শৰণাৰ্থী দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)