সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল?
উত্তৰ - কনিষ্ক।
২/ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়?
উত্তৰ- সমুদ্ৰগুপ্ত।
৩/দিল্লীৰ কোনটো ৰাজবংশই ১০২৬ আৰু ১২৯০ খ্ৰীষ্টাব্দৰ মাজত শাসনকাৰ্য চলাইছিল?
উত্তৰ : দাস বংশই।
৪/গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৯২৩ চনত।
৫/কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।
উত্তৰ : ১৯৩৬।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)