সাধাৰণ জ্ঞান-কুইজ

Aditi Tanti
0
১) পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি ?
উত্তৰ: জাপান। 
২) পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছবিধৰ নাম কি? 
উত্তৰ: শাল গছ 
৩) খনিজ সম্পদত ভাৰতৰ কোন খন ৰাজ্য চহকী নহয় ?
উত্তৰ: উত্তৰ প্ৰদেশ
৪) এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ পানী খাব লাগে?
উত্তৰ: 2.7 ।
৫) ভাৰতৰ কোন খন তৈলক্ষেত্ৰত খাৰুৱা ভাণ্ডাৰ সৰ্ববৃহৎ?
উত্তৰ: বোম্বে হাই
৬) দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধৰ নাম কি?
উত্তৰ: এনিমিয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)