সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) অসমীয়া  ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ হেম সৰস্বতীৰ "প্ৰহ্লাদ চৰিত"।

২) ইংৰাজৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ ছাৰ চৈয়দ চাদুল্লা।

৩) সাহিত্য অকাডমী বঁটা লাভ কৰা "ককাদেউতাৰ হাড় " পুথিখনৰ লেখক কোন?
উত্তৰঃ নৱকান্ত বৰুৱা।

৪)প্ৰাক্ বৈষ্টৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
উত্তৰঃ মাধব কন্দলি আৰু হেম সৰস্বতী।

৫) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰঃ 1948 চনত (গুৱাহাটী) ।

৬) প্ৰথম অসমীয়া অনাতাঁৰ নাত?  
উত্তৰঃ বীন বৰাগীয।

৭) 'বাঁহী' ৰ প্ৰথম সম্পদক কোন আছিল?
উত্তৰঃ লক্ষ্মীনথ বেজৱৰুৱা।

৮) চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
উত্তৰঃ প্ৰেম অমৃতৰ নদী।

৯)অসম সাহিত্য সভাৰ প্ৰতীতটো কোনে আঁকিছিল?
 উত্তৰঃ যুগল দাসে।

১০) লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)