আজিৰ দিনটোৰ বিশেষত্ব-১৪ জুন

©Admin
0

১৪ জুন (ইংৰাজী14 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৫তম (অধিবৰ্ষত ১৬৬তম) দিন। বছৰ শেষ হ'বলৈ ২০০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

 ১)১৯২৬ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স কাৰ্যক্ষম কৰা হৈছিল

২)১৯৭৫ চনৰ আজিৰ দিনটোত  ৰুছদেশৰ মহাকাশযান ভেনেৰা—১০ উৎক্ষেপন কৰা হৈছিল 

৩)১৯৯১ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয়।

৪)১৯৯৯ চনৰ আজিৰ দিনটোত  থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ৷ 

৫)১৯৫৯ চনৰ আজিৰ দিনটোতে  আউনীআটী সত্ৰৰ পীতাম্বৰ দেৱ গোস্বামীৰ জন্ম হৈছিল

 ৬)১৯৪৬ চনৰ আজিৰ দিনটোতে জন বেয়াৰ্ডৰ মৃত্যু  হৈছিল ৷ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)