১৯ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0
১৯ জুন   হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭০তম অধিবৰ্ষত ১৭১তম দিন। বছৰ শেষ হ'বলৈ ১৯৫ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৪৫ চনত চীনৰ কমিনিউষ্ট মাও জে দঙ এ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল।

২) আজিৰ দিনটোতে ১৬২৩ চনত ব্লেইজ পাস্কেল, প্ৰসিদ্ধ ফৰাচী গণিতজ্ঞ

৩/ আজিৰ দিনটোতে ১৯৪৭ চনত ছলমান ৰুশ্বদী, ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখকৰ  জন্ম।

৪/আজিৰ দিনটোতে বিশ্ব কাঁচিকোষ দিৱস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)