হেজটেগ ৱৰ্লড এনভাৰ্ণনমেণ্ট ডে -মনস্বিনী শৰ্মা

Aditi Tanti
0
"মা,মোক পট্‌কৈ গছপুলিটো ৰুই থকা পজটোত ফ'টো এখন মাৰি দিয়াচোন।আজি ৱৰ্লড এনভাৰ্ণনমেণ্ট ডে যেতিয়া ফেচবুকত আপ'লড দিব লাগিব।"-এনেদৰে ঝৰ্ণাই গছপুলিটোৰ গুৰিতে দুহাতেৰে ধৰি ফ'টো এখন উঠিলে।প্ৰতিবছৰে ঝৰ্ণাই বিশ্ব পৰিৱেশৰ দিনা ফেচবুকত ফ'টোখন ঠিকেই আপলড কৰে।কিন্তু ঝৰ্ণাৰ হেমাহিৰ বাবে বছৰি ফ'টো উঠিবলৈ ৰোৱা গছপুলিটোৰ অস্তিত্বহে নাথাকে।
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)