৬ জুন ইতিহাসত আজিৰ দিনটো

Aditi Tanti
0
🔴৬ জুন (ইংৰাজী: 6 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম (অধিবৰ্ষত ১৫৮তম) দিন। বছৰ শেষ হ'বলৈ ২০৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

⭕ঘটনাৱলী:
১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।
⭕জন্ম:
১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
১৯৭৯ - ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: ২১ এপ্ৰিল, ২০২১)
১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।
⭕মৃত্যু:
১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
⭕দিৱস:
আজি ছুইডেনৰ ৰাষ্ট্ৰীয় দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)