ক্লান্ত সময়ৰ
অশান্ত আৱেগ,
মাকাল হিয়াৰ
নিতাল উদ্বেগ।
বিৰহ বেদনা
নিৰহ আশাৰ,
ক্ষুধা সপোনৰ
দ্বিধা অবিকাৰ।
উকা কাগজত
নিকা অভিলাষ,
আকিছোঁ হাজাৰ
কৰিছোঁ প্রকাশ।
সাৱশেষ স্বপ্ন;
নিঃশেষ সত্তা,
মুমূর্ষু জীৱনৰ
দুৰ্গম যাত্রা।
✍️বিতোপন বৰা
মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ